মাজুলীত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত ৰাজ্যৰ বিশিষ্ট চিনে-সাংবাদিক, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু। দেওবাৰে পুৱতি নিশা ভকত চাপৰিৰ সমীপত সংঘটিত এই […]
ইমৰাণ খানৰ স্বাস্থ্যক লৈ উদ্বেগ! পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ চিঠি বিশ্বৰ ২২ প্ৰাক্তন ক্ৰিকেট অধিনায়কৰ
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেট অধিনায়ক ইমৰাণ খানৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে। ইমৰাণৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা […]
আমেৰিকাত মানৱতাৰ বাৰ্তা, অসমত নীৰৱতা? হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ RSS নেতৃত্বক লৈ প্ৰশ্ন
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ সৰসংঘচালক মোহন ভাগৱতে আমেৰিকাত মানৱতা, সহনশীলতা আৰু সমাজৰ প্ৰতি দায়িত্ববোধৰ কথা উল্লেখ কৰাৰ সময়তে অসমত সংঘৰ এজন স্বয়ংসেৱক হিতেশ্বৰ চক্ৰৱৰ্তীৰ দীঘলীয়া […]
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’ৰ অভিযোগক লৈ উত্তাল ৰাজনীতি, বিজেপি-আৰএছএছক ৰাহুল গান্ধীৰ তীব্ৰ আক্ৰমণ
উত্তৰাখণ্ডৰ হালদোৱানীত কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ সভাস্থলীত তথাকথিত ‘শুদ্ধিকৰণ’ অনুষ্ঠান অনুষ্ঠিত কৰাৰ অভিযোগক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ঘটনাটোক লৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল […]
ব্ৰহ্মপুত্ৰৰ উৎসৰ সমীপত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ ভাৰতৰ উদ্বেগ বৃদ্ধি
তিব্বতত ব্ৰহ্মপুত্ৰৰ উৎস নদী ইয়াৰলুং ছাংপোৰ ওপৰত চীনে নিৰ্মাণ কৰি থকা বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ ভাৰতত নতুনকৈ উদ্বেগ বৃদ্ধি পাইছে। ভূমিকম্পপ্ৰৱণ অঞ্চলত নিৰ্মাণাধীন এই প্ৰকল্পৰ […]
প্ৰশ্নকাকত ফাদিলক লৈ মোডী চৰকাৰক মুৰলী মনোহৰ যোশীৰ কঠোৰ সমালোচনা, ‘দোষ যুৱ প্ৰজন্মৰ নহয়, দোষ ব্যৱস্থাৰ’
শিক্ষা ব্যৱস্থা, প্ৰশ্নকাকত ফাদিল, চৰকাৰী বিদ্যালয়, বাজেট আৰু কৰ্মসংস্থাপনক লৈ কেন্দ্ৰক একাধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন বিজেপিৰ জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন […]
